Friday, 1 June 2018
Monday, 28 May 2018
Sunday, 27 May 2018
Saturday, 26 May 2018
Thursday, 24 May 2018
Wednesday, 23 May 2018
Tuesday, 22 May 2018
Monday, 21 May 2018
It is here noted that, We as a student of Journalism & Mass Communication from 2nd semester of Centre for Studies in Journalism and Mass Communication at Dibrugarh University, went for a railway Cleaner Community visit in Tinsukia Junction Railway Station. The very aim of our visit to the place is to highlight some issues and problems if they are facing in doing this very job. The visit is to get just a glimpse of how they are surviving in their life, and if they are satisfied with their works.
Hence, as a student of Mass Communication, our work is to talk to them, try to understand them, make them aware of their certain rights. It is very obvious that we cannot help them but atleast we can make them aware of what they need and what they don't. So, in this visit with themwe had a lot of experience regarding their way of life .
Tuesday, 15 May 2018
Wednesday, 9 May 2018
গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ
গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰঋতুস্ৰাৱজনীত স্বাস্থ্যসন্মত যতন সম্বন্ধীয় সজাগতা শিৱিৰ আয়োজন
নিউজ ডেক্স,ডিব্ৰুগড়, ৯ মে':
![]() |
| ফটো-ৰাজশ্ৰী গগৈ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ জনসংযোগ আৰু বিজ্ঞাপন বিভাগৰ উদ্যোগত অহা ১২ মে' শনিবাৰে ডিব্রুগড় চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নন্দেশ্বৰ চক্রৱর্তী উচ্চ মাধ্যমিক বিদ্যালয়ত 'এখোজ' নামেৰে এক সজাগতা শিৱিৰৰ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। "নাৰীৰ ঋতুস্ৰাৱজনীত স্বচ্ছতা আৰু স্বাস্থ্যসন্মত যতন: নাৰীৰ সুস্থ জীৱনৰ-যাপনৰ এক সুন্দৰ পথ" শীৰ্ষক শ্লু'গানেৰে অনুষ্ঠিতব্য সজাগতা শিৱিৰত নন্দেশ্বৰ চক্রৱর্তী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰিব।
উল্লেখ
যোগ্য যে, নাৰী জীৱনৰ
আটাইতকৈ গুৰুত্বপূৰ্ণ মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত
বহু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত
হয়। ঋতুস্ৰাৱৰ
সময়ত পৰিষ্কাৰ-পৰিচ্ছনন্নতা, তেনে সময়ছোৱাত চেনিটাৰী
নেপকিন ব্যৱহাৰ কৰা, স্বাস্থ্যসন্মত যতন
আদি দিশসমূহ অতি গুৰুত্বপূৰ্ণ । কিন্তু, বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ সচেতনতা নথকাৰ বাবেও মহিলা
তথা কিশোৰীসকল বহু বিপদৰ সন্মুখীন
হয়। বহুতে
আনকি স্কুললৈ যাবলৈও এৰি দিয়ে।
ইপিনে
এতিয়াও আমাৰ সমাজত মাহেকীয়া
ঋতুস্ৰাৱৰ লগত জড়িত বহুতো
অন্ধবিশ্বাস প্ৰচলিত হৈ আছে।
এই অন্ধবিশ্বাসবোৰে কিশোৰী বা মহিলাগৰাকীৰ
শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ
ওপৰত কু-প্ৰভাৱ পেলায়। সেয়ে
এই কথাৰ প্ৰতি লক্ষ্য
ৰাখিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন
কেন্দ্ৰৰ জনসংযোগ আৰু বিজ্ঞাপন পাঠ্যক্ৰমৰ
ছাত্ৰ-ছাত্ৰী সকলে এই
সজাগতা শিৱিৰৰ যোগেৰে অধিক
সজাক-সচেতন কৰি "ঋতুস্ৰাৱজনীত
স্বাস্থ্যসন্মত যতনৰ: নাৰীৰৰ সুস্থ
জীৱনৰ বাবে এখোজ আগুৱাই
যাব পৰাকৈ বিদ্যালয়খনত এই
বিশেষ কাৰ্যসূচীলানী আয়োজন কৰা হৈছে
বুলি উক্ত শিৱিৰৰ সমন্বয়কদ্বয়-
দ্বীপজ্যোতি দত্ত আৰু শিৱানী
কলিতা ই প্ৰেছ বিজ্ঞপ্তিৰ
জৰিয়তে জানিবলৈ দিছে।
Saturday, 5 May 2018
Tuesday, 17 April 2018
Friday, 23 March 2018
Monday, 19 March 2018
ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ
ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱৰ প্ৰস্তুতি
ফাটবিহু সমিতি আৰু উদযাপন সমিতি গঠন

ম'হঘূলি চাপৰিৰ ফাটবিহু তলীৰ পৰা নৱ কুমাৰ ভৰালী, ১৯ মাৰ্চ: অসমৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ বাপতিসাহোন লোক-বসন্ত উৎসৱ ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ ২০১৮ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ পাৰৰ অনুপম প্ৰকৃতিৰ কোলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্ৱয়-সম্প্ৰীতিৰ মিলনৰ স্থলী ম'হঘূলি চাপৰিত ফাটবিহু উৎসৱ উদযাপনৰ হেতুকে এখনি উদযাপন সমিতি গঠন কৰা হৈছে।
সেই উদ্দেশ্যেৰে যোৱা ১৮ মাৰ্চ তাৰিখে ফাটবিহু বাকৰিত ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ পৌৰহিত্ব্যত অনুষ্ঠিত এক ৰাজহুৱা সভাৰ দ্ৱাৰা ভদ্ৰ গগৈক সভাপতি আৰু চন্দ্ৰজিৎ শইকীয়াক সম্পাদক হিচাপে এখন ৪১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। উদযাপন সমিতিখন এনেধৰণৰ উপ-সভাপতি-ক্ৰমে প্ৰাণজিৎ শইকীয়া, পল্লবীতা বৰুৱা আৰু ৰাজা বৰুৱা, সহকাৰী সম্পাদক- প্ৰদীপ হাজৰিকা, অৰুণজ্যোতি কলিতা আৰু বনশ্যাম গগৈ, কোষাধ্যক্ষ- কৈলাশ দত্ত, প্ৰচাৰ সম্পাদক- অৰুণ চমুৱা, মোহিনী মোহন শইকীয়া আৰু দিপাংকৰ পাতিৰ, কাৰ্যালয় সম্পাদক- বিশ্বনাৰায়ণ বুঢ়াগোহাঁই আৰু হিৰণ্য কুমাৰ দাস আৰু সদস্য/সদস্যা।
এই সভাতে ২০১৮-২১ চনৰ ফাটবিহু স্থায়ী সমিতি খনো গঠন কৰা হয়। প্ৰদীপ চমুৱাক সভাপতি আৰু নৰ গগৈক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিখন গঠন কৰা হয়। এই তিনিবছৰীয়া ফাটবিহু সমিতি খন হ'ল- উপ সভানেত্ৰী মঞ্জু গগৈ, বিত্ত সম্পাদক- ৰঞ্জিত সন্দিকৈ, সাংগঠনিক সম্পাদক-দেৱেন গগৈ আৰু দীপক দাস, কাৰ্যালয় সম্পাদক-চন্দ্ৰজিৎ শইকীয়া, সহকাৰী সম্পাদক-মুকুল গগৈ
আৰু সদস্য/সদস্যা । উল্লেখযোগ্য যে, এইবৰ্ষৰ ফাটবিহু উদযাপনৰ বাবে অহা অসমীয়া ব'হাগ মাহৰ ২৭, ২৮ আৰু ২৯ আৰু ইংৰাজী ১১, ১২ আৰু ১৩ মে ২০১৮ শুক্ৰ, শনি আৰু দেওবাৰৰ দিন ধাৰ্য্য কৰি চহা ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত মহোৎসৱ আয়োজনৰ যো-জা চলাইছে উদযাপন সমিতিয়ে।
Monday, 19 February 2018
National Seminar on “Buddhism in North East India” inaugurated at DU
National Seminar on “Buddhism in North East India” inaugurated at DU
Buddhism
teachings can civilization of the legacy of the 21st Century: Prof.Buragohain
Naba
Kumar Bharali from Dibrugarh University, Feb 19 : A three-day national seminar
on "Buddhism in North East India" organized by the Buddhist Study
Center,Dibrugarh University in collaboration with the Indira Gandhi National
Center for the Arts (IGNCA) at Dibrugarh University of Sri Aniruddhadev Bhavan starting from today to 21st February. In the inaugural session Dr. Ajay Kumar
Mishra, Coordinator of the National Seminar presented the perspective of the
seminar. Professor Alak Kumar Buragohain, Vice-Chancellor of Dibrugarh
University inaugurated the Seminar. In his inaugural speech Prof. Buragohain
highlighted that the limitation of medium education, where including so much so
growth of economic & social problems can perused day by day. In context he
said the Buddhism teachings and the civilization of the legacy of the 21st
Century.
Before
the inaugural speech Dr. Chandan Kumar Sarma, Associate Professor of History
Dept. Deleivered the welcome address in the event As a dignitaries Dr. Richa
Negi, Coordinator of IGNCA, Ven. Geshe La Damudul, Director of Tibet House, New
Delhi was present in the seminar. The more than thirty scholars from North East
including all states participated in the National Seminar. Prof. Biswajit
Baruah, Head of the Dept. of History offered vote of thanks.
The seminar will
continue till 21st February 2018.
Thursday, 8 February 2018
Saturday, 13 January 2018
১৭ জানুৱাৰীৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০১৮
১৭ জানুৱাৰীৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০১৮
উত্তৰ পূৱৰ লোকসংস্কৃতি একেলগে জিলিকিব গুৱাহাটীত
গুৱাহাটী,১৩ জানুৱাৰী: ৰাষ্ট্ৰীয় পৰম্পৰাগত কলা, লোকসঙ্গীত, লোকনৃত্য আৰু লোকখাদ্য "শিলাগ্রাম মহোৎসৱ-২০১৮" অহা ১৭, ১৮, ১৯ আৰু ২০ জানুৱাৰী ২০১৮ তাৰিখে চাৰিদিনীয়া বিশাল কৰ্মসূচীৰে অনুষ্ঠিত হ'ব। শিল্পগ্ৰাম মহোৎসৱত লোকসঙ্গীত, লোকনৃত্য, থিয়েটার, পৰম্পৰাগত খাদ্য, কলা, আৰু শিশুৰ কলা কৌশলৰ সংমিশ্ৰনেৰে এক ৰাষ্ট্ৰীয় কলা উৎসৱ ব আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় পৰম্পৰাগত কলা, লোকসঙ্গীত, লোকনৃত্য আৰু লোকখাদ্যৰ মহোৎসৱটিলৈ ইতিমধ্যেই কেওটা মাণ্ডলিক কেন্দ্ৰৰ লগতে অন্যান্য প্ৰান্তৰ লোকশিল্পীসকলকো আমন্ত্রণ জনোৱা হৈছে। ইপিনে শিশুসকলৰ প্রতি
ভা বিকাশ অনুষ্ঠান, জাদু প্ৰদৰ্শন, শিশু চিত্রনাট্য আৰুৎ চিত্ৰাঙ্কন কর্মশালা, উত্তৰপূৱৰ আঠখন ৰাজ্যৰে বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসঙ্গীত, নাট আৰু থিয়েটাৰ প্ৰদৰ্শন, মূকাভিনয় প্রদর্শনী উপস্থাপনৰ উপৰিও বিশিষ্ট শিল্পী সোনাল মানসিংহৰ ধ্ৰুপদীনৃত্য, আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্ৱাৰা লোকসংগীতৰ এক ফিউছনৰ গীতৰ অনুষ্ঠানৰো দিহা কৰা হৈছে লগতে মহোৎসৱৰ কেওদিনে থাকিব বস্ত্ৰমেলা, পৰম্পৰা খাদ্যমেলা, প্ৰদৰ্শনী ।
প্ৰণিধানযোগ্য, উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্র এটি সাংস্কৃতিক মন্ত্রণালয়ৰ, অধিনৰ স্বশাসিত প্রতিষ্ঠান, যি ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে I সঙ্গীত, নৃত্য, থিয়েটাৰ, কলা, চিত্ৰ ভাস্কৰ্য আৰু নৃতাত্ত্বিক প্রচাৰ,প্ৰসাৰ,সংবৰ্ধন আৰু্ সংৰক্ষণৰ কাৰণে উত্তৰ-পূর্বাঞ্চলীয় ৰাজ্যসমূহৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰুর বিকশাই তোলাৰ কৰাৰ এক মহান লক্ষ্য নিধাৰণ কৰা হৈছে । ২00৬ চনত গুৱাহাটীৰ পাঞ্জাবাৰীত শিল্পগ্ৰাম নামেৰে স্থাপন এই কেন্দ্রটিয়ে শুভাৰম্ভণীৰে পৰাই " শিল্পগ্ৰাম "ক উত্তৰ-পূবাঞ্চলৰ চিত্ৰকলা আৰু শিল্পকলা ভঁৰাল হিচাপে কাম কৰি অহাই নহয়, বিভিন্ন সময়ত কর্মশালাৰ আয়োজন, শিৱিৰ স্থাপন, শিশুসকলৰ প্ৰতিভা সন্ধানী কার্যকালাপৰ মাধ্যমেৰে চাৰু কলাশিল্প প্ৰচাৰ প্ৰসাৰ কৰি আহিছে।
ভা বিকাশ অনুষ্ঠান, জাদু প্ৰদৰ্শন, শিশু চিত্রনাট্য আৰুৎ চিত্ৰাঙ্কন কর্মশালা, উত্তৰপূৱৰ আঠখন ৰাজ্যৰে বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসঙ্গীত, নাট আৰু থিয়েটাৰ প্ৰদৰ্শন, মূকাভিনয় প্রদর্শনী উপস্থাপনৰ উপৰিও বিশিষ্ট শিল্পী সোনাল মানসিংহৰ ধ্ৰুপদীনৃত্য, আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্ৱাৰা লোকসংগীতৰ এক ফিউছনৰ গীতৰ অনুষ্ঠানৰো দিহা কৰা হৈছে লগতে মহোৎসৱৰ কেওদিনে থাকিব বস্ত্ৰমেলা, পৰম্পৰা খাদ্যমেলা, প্ৰদৰ্শনী ।
উল্লেখ্য যে,নাগালেণ্ডৰ ৰাজ্যপাল তথা NEZCC ৰ ছেয়াৰপাৰ্ছন পদ্মনাভ বালকৃষ্ণ আচার্যই এই অনুষ্ঠানত অহা ১৭ জানুৱাৰীৰ বিয়লি ৫:৩০ বজাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি মহোৎসৱৰ শুভ আৰম্ভণী কৰিব। লগতে প্রখ্যাত সাহিত্যিক, শিক্ষাবিদ আৰু স্ৱনামধন্য শিল্পী ড০ বীৰেন্দ্রনাথ দত্ত, আৰু গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ উপাচাৰ্য় ড০ মৃদুল হাজৰিকা, সন্মানীয় অতিথি আসন অলংকৃত কৰিব। প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৯:৩০ লৈকে চলিব লগীয়া এই মহোৎসৱলৈ সকলোৱে স-পৰিয়ালে আহি বিনামূল্যই অংশগ্ৰহণ কৰিব পাৰিব।Friday, 12 January 2018
National Festival of Folk Dance, Arts and Music
National Festival of Folk Dance, Arts & Music
Shilpgram Mahostav will begin from 17th January
Sangbad Sanggam NE, Guwahati, January 13 : The North East Zone Cultural Centre is organizing Shilpgram Mahotsav- 2018 a National Level Festival of Arts on Music, Dance, Theatre, Food, Craft, Children Activities marking its 12th Foundation Day at its complex at Panjabari, Guwahati from 17th to 20th January, 2018 on a larger scale in order to draw a wider media and public participation from and beyond the region.
The festival will present the cultural heritage of the North East. Apart from the zone, the artistes from other zone have been invited. Artistes and craftsman will participate in the festival. Children Talent Presentation, Magical Show, Children Painting & Drawing Workshop, Vanishing Art, Folk Dances & Music, Drama Presentation, Mime Show Presentation, Classical Dance by Sonal Mansing, & Fusion Songs & Music by Various Popular Artistes from Assam will be main focus of the Mahotsav. The Mahotsav will be entry free and open to all from 11.00am to 9.30 pm onwards .
The primary objectives of preservation, promotion and dissemination of the folk art & culture of the region within and outside the region has been achieved to a great extent since its inception and more so during the recent years by the North East Zone Cultural Centre under the auspices of the Ministry of Culture, Government of India.
The NEZCC organizes a number of Crafts Mela by providing available space at nominal rent. Cultural shows are also organized by inviting various artistes to perform at the Complex in the evenings at the Open Air Stage to project and promote the performing arts of the region. The facilities of the crafts village are also being made available to private and semi government organizations for holding programmes. Shilpgram is a hub of cultural activities offering opportunities to varied performing artistes, Crafts persons etc.
The Centre is making all out effort to ensure mass participation in the activities of the Shilpgram by involving NGOs, individuals working in the field of Art & Culture, schools, colleges and universities are also encouraged to associate themselves and contribute to the progress of Shilpgram through their innovative and creative ideas.
The major highlights of the festival includes, Theatre presentation, Magic Show, Mime Show, Children’s Painting and Drawing Workshop, Folk fusion music by various popular artistes of Assam in addition to Choreographed Folk Dance presentation, Classical Dance, Food & Crafts Mela etc.
Hon’ble Governor of Nagaland & Chairman, NEZCC Shri Padmanabha Balakrishna Acharya has consented to grace the occasion as Chief Guest on 17th January, 2018 at 5: 30 pm. Dr. Birendra Nath Dutta, Eminent Author, Scholar & Artist and Dr.Mridul Hazarika, Vice-Chancellor of Gauhati University will grace the occasion as a Guests of Honour. All are welcome to the festival
17 जनवरी से शिल्पग्राम महोत्सव 2018
17 जनवरी से शिल्पग्राम महोत्सव 2018
News Desk,Sangbad Sanggam NE: 2006 में, शिल्पाग्राम को गुवाहाटी पंजाबारी में स्थापित किया है। इसकी स्थापना के बाद से केंद्र पूर्वोत्तर क्षेत्र के कला और शिल्प केंद्र के रूप में काम कर रहा है और शिल्प को बढ़ावा देना, बच्चों की गतिविधि के लिऐ इस साल हम शिल्पाग्राम महोत्सव - 2018 को संगीत, नृत्य, रंगमंच, खाद्य, शिल्प, बाल क्रियाकलापों पर राष्ट्रीय स्तर का कला आयोजन कर रहे हैं, जो अपने परिसर में 12 वीं फाउंडेशन दिवस को पंजाबारी गुवाहाटी में अगले 17 से 20 जनवरी, 2018 को बड़े स्तर पर होने जा रही है ।
यह शिल्पाग्राम महोत्सव - 2018 में क्षेत्र के अलावा, अन्य क्षेत्र के कलाकारों को आमंत्रित किया गया है। त्योहार में कलाकार और शिल्पकार भाग लेंगे। बच्चों की प्रतिभा प्रस्तुति, जादुई दिखाना, बच्चों के चित्रकारी और आरेखण कार्यशाला, लुप्त कला, लोक नृत्य और संगीत, नाटक प्रस्तुति, माइम शो प्रस्तुतीकरण, सोनाल मानसिंग द्वारा नृत्य, और असम के विभिन्न लोकप्रिय कलाकारों द्वारा फ्यूजन गाने और संगीत रखा गया है । महोत्सव सुबह 11.00 बजे से शाम 9.30 बजे तक सभी के लिए नि: शुल्क और खुले होंगे । एनईजेसीसी नाममात्र किराया पर उपलब्ध स्थान प्रदान करके कई शिल्प मेले का आयोजन करता है।
विभिन्न कलाकारों को क्षेत्र के प्रदर्शन कलाओं को प्रोजेक्ट और प्रचारित करने के लिए ओपन एयर स्टेज के शाम में परिसर में प्रदर्शन करने के लिए आमंत्रित करके सांस्कृतिक शो आयोजित किए जाते हैं। कार्यक्रमों के आयोजन के लिए निजी और अर्ध सरकारी संगठनों को शिल्प गांव की सुविधाएं भी उपलब्ध कराई जा रही हैं। शिल्पाग्राम सांस्कृतिक गतिविधियों का केंद्र है, जो विभिन्न प्रदर्शनकारी कलाकारों, शिल्प व्यक्तियों आदि के अवसर प्रदान करता है। केंद्र एनजीओ, कला और संस्कृति के क्षेत्र में काम कर रहे व्यक्तियों को शामिल करके शिल्पाग्राम की गतिविधियों में सामूहिक भागीदारी सुनिश्चित करने के लिए सभी प्रयास कर रहा है।
महाविद्यालयों और विश्वविद्यालयों को भी स्वयं को संबद्ध करने और शिल्पाग्राम की प्रगति में उनके नवीन और रचनात्मक विचारों के माध्यम से योगदान करने के लिए प्रोत्साहित किया जाता है। शिल्पाग्राम महोत्सव के मुख्य आकर्षण में लोक नृत्य, प्रस्तुति, मैजिक शो, माइम शो, बच्चों के चित्रकारी और आरेखण कार्यशाला, नृत्य, नृत्य, खाद्य और शिल्प मेला आदि के अलावा असम के विभिन्न लोकप्रिय कलाकारों द्वारा लोक संलयन संगीत शामिल हैं।
नागालैंड के माननीय राज्यपाल और NEZCC के अध्यक्ष श्री पद्मनाभ बालकृष्ण आचार्य ने इस अवसर को मुख्य अतिथि के रूप में 17 जनवरी, 2018 शाम 5:30 बजे को अनुमोदित करने के लिए सहमति दी है। डॉ। बिरेंद्र नाथ दत्ता, प्रख्यात लेखक, स्कॉलर एबं प्रख्यात शिल्पी और डॉ मिरदुल हाजरिका, उप- आचार्य, गुवाहाटी विश्वविद्यालय इस अवसर को अतिथि सम्मान के रूप उप्सित हौंगे ।
Monday, 8 January 2018
Establishing for Peace and Harmony
Establishing for Peace and Harmony
Border Area Programme Successfully Conclude at Bhairabkunda
Naba Kumar Bharali report from Guwahati, January 8:
| Bodo Bordoisikla Dance |
| Sankha Badan Dance |
North East Zone Cultural Centre (NEZCC ), Dimapur, Ministry
of Culture, Government of India in Association with Voluntary Action Society
(VAS) organized Border Area Programme a Celebration & Showcasing of
Cultural Dances under the theme of “Bridging the Border” at Picnic spot of Bhairabkunda in Udalguri district of Assam on
last Sunday.
| Inaugural session |
The Bhairabkunda is situated with the wonderful
sites of nature in the tri-junction of Bhutan, Assam and Arunachal Pradesh, is
considered to be a God's gift for the human being. Bhairabkunda also a very popular
picnic spot in Udalguri.
The Folk artistes from the States of Uttar Pradesh , Madhya Pradesh, Mizoram, Meghalaya, and Assam participated in the programme. Bodo dance from Rowta, Solakia dance from Mizoram, Santhali dance by Udalguri, Lewatana dance from Meghalaya, Rabha dance from Tangla, Sankha Badan dance from Odissa, Dhedia dance from Uttar Pradesh, Badhai Nritya from Madhya Pradesh, and also Adivasi dance from Udalguri were presented the vibrant eye catching colourful folk dances with folk musics.
The Folk artistes from the States of Uttar Pradesh , Madhya Pradesh, Mizoram, Meghalaya, and Assam participated in the programme. Bodo dance from Rowta, Solakia dance from Mizoram, Santhali dance by Udalguri, Lewatana dance from Meghalaya, Rabha dance from Tangla, Sankha Badan dance from Odissa, Dhedia dance from Uttar Pradesh, Badhai Nritya from Madhya Pradesh, and also Adivasi dance from Udalguri were presented the vibrant eye catching colourful folk dances with folk musics.
![]() |
| Beautiful Bhairabkunda |
The North Eastern
States share international borders with China, Bhutan, Nepal, Myanmar and
Bangladesh. Border Area Programme is being implemented to initiate suitable
programmes and activities for the people living along international Border
Areas giving them a chance to participate in the cultural activities thereby
giving them sense of belongingness and thus nurture national integration.
![]() |
| Adivasi Dance |
Executive
Engineer of NEZCC, Ranjan Biswas inaugurated the programme, while, President
Derhashar Swargiary VAS delivered the
welcome speech in the inaugural ceremony. As dignitaries Programme coordinator Long
Puinba, Theatre director Ashim Kr. Nath, General Secretary Alongbar Brahma graced in
the programme. In last, Deputy President of VAS Monjib Mochahari give the vote
of thanks.
প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত সীমান্ত এলেকা অনুষ্ঠান সফল সামৰণি
প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত সীমান্ত এলেকা অনুষ্ঠান সফল সামৰণি
ভৈৰৱকুণ্ডৰ পৰা নৱ কুমাৰ ভৰালী ৰিপ'ৰ্ট, ৮ জানুৱাৰী
ওদালগুৰি নগৰৰ পৰা ২৪ কি মি উত্তৰে অৱস্থিত প্রাকৃতিক সৌন্দৰ্য্যৰ ৰম্যভূমি ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত কালি এদিনীয়া
কাৰ্যসূচীৰে " সীমান্ত এলেকা অনুষ্ঠান অৰ্থাৎ বৰ্ডাৰ এৰিয়া প্ৰ'গ্ৰাম "
অনুষ্ঠিত হৈ যায়।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূৱ মাণ্ডলিক
সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ উদ্যোগত আৰু ওদালগুৰি ভালেন্টেৰী এক্সন চ'ছাইটি ৰ সৌজন্যত
ত্ৰি-সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি,সাংস্কৃতিক বিনিময়, একতা আৰু সংহতি
প্ৰতিষ্ঠাৰ উপৰিও দেশৰ পৰ্যটন মানচিত্ৰত এক সুকিয়া স্থান দিয়াৰ উদ্দেশ্যে এই
সীমান্ত এলেকা সাংস্কৃতিক মহোৎসৱৰ আযোজন কৰা হয়।
অনুষ্ঠানত জনগোষ্ঠীয় বিভিন্ন
বাৰেৰহনীয়া লোকনৃত্য আৰু সংগীতৰ মূৰ্চনাই
প্ৰকৃতিৰ অপূৰ্বভূমি ভৈৰৱকুণ্ডৰ আকাশ বতাহ মুখৰিত কৰাই নহয়, সীমান্তবাসী আৰু
বনভোজ খাবলৈ অহা হাজাৰ হাজাৰ লোকক বিমুগ্ধ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে অনুষ্ঠানত
মধ্য প্ৰদেশৰ বাধাই নৃত্য, উত্তৰ প্ৰদেশৰ ধেদিয়া-দাণ্ডিয়া নৃত্য, টংলাৰ ৰাভা নৃত্য, উড়িষাৰ শংখ বাদন নৃত্য, ওদালগুৰিৰ আদিৱাসী নৃত্য, মেঘালয়ৰ লেৱাটানা নৃত্য, ওদালগুৰিৰ চান্থালী নৃত্য, মিজোৰামৰ ছলাকিয়া নৃত্য, আৰু ৰৌতাৰ বড়ো বৰদৈচিলা নৃত্য প্ৰদৰ্শণ কৰা হয়।
Subscribe to:
Posts (Atom)









