Monday, 28 May 2018
Sunday, 27 May 2018
Saturday, 26 May 2018
Thursday, 24 May 2018
Wednesday, 23 May 2018
Tuesday, 22 May 2018
Monday, 21 May 2018
It is here noted that, We as a student of Journalism & Mass Communication from 2nd semester of Centre for Studies in Journalism and Mass Communication at Dibrugarh University, went for a railway Cleaner Community visit in Tinsukia Junction Railway Station. The very aim of our visit to the place is to highlight some issues and problems if they are facing in doing this very job. The visit is to get just a glimpse of how they are surviving in their life, and if they are satisfied with their works.
Hence, as a student of Mass Communication, our work is to talk to them, try to understand them, make them aware of their certain rights. It is very obvious that we cannot help them but atleast we can make them aware of what they need and what they don't. So, in this visit with themwe had a lot of experience regarding their way of life .
Tuesday, 15 May 2018
Wednesday, 9 May 2018
গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ
গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰঋতুস্ৰাৱজনীত স্বাস্থ্যসন্মত যতন সম্বন্ধীয় সজাগতা শিৱিৰ আয়োজন
নিউজ ডেক্স,ডিব্ৰুগড়, ৯ মে':
![]() |
| ফটো-ৰাজশ্ৰী গগৈ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ জনসংযোগ আৰু বিজ্ঞাপন বিভাগৰ উদ্যোগত অহা ১২ মে' শনিবাৰে ডিব্রুগড় চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নন্দেশ্বৰ চক্রৱর্তী উচ্চ মাধ্যমিক বিদ্যালয়ত 'এখোজ' নামেৰে এক সজাগতা শিৱিৰৰ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। "নাৰীৰ ঋতুস্ৰাৱজনীত স্বচ্ছতা আৰু স্বাস্থ্যসন্মত যতন: নাৰীৰ সুস্থ জীৱনৰ-যাপনৰ এক সুন্দৰ পথ" শীৰ্ষক শ্লু'গানেৰে অনুষ্ঠিতব্য সজাগতা শিৱিৰত নন্দেশ্বৰ চক্রৱর্তী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰিব।
উল্লেখ
যোগ্য যে, নাৰী জীৱনৰ
আটাইতকৈ গুৰুত্বপূৰ্ণ মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত
বহু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত
হয়। ঋতুস্ৰাৱৰ
সময়ত পৰিষ্কাৰ-পৰিচ্ছনন্নতা, তেনে সময়ছোৱাত চেনিটাৰী
নেপকিন ব্যৱহাৰ কৰা, স্বাস্থ্যসন্মত যতন
আদি দিশসমূহ অতি গুৰুত্বপূৰ্ণ । কিন্তু, বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ সচেতনতা নথকাৰ বাবেও মহিলা
তথা কিশোৰীসকল বহু বিপদৰ সন্মুখীন
হয়। বহুতে
আনকি স্কুললৈ যাবলৈও এৰি দিয়ে।
ইপিনে
এতিয়াও আমাৰ সমাজত মাহেকীয়া
ঋতুস্ৰাৱৰ লগত জড়িত বহুতো
অন্ধবিশ্বাস প্ৰচলিত হৈ আছে।
এই অন্ধবিশ্বাসবোৰে কিশোৰী বা মহিলাগৰাকীৰ
শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ
ওপৰত কু-প্ৰভাৱ পেলায়। সেয়ে
এই কথাৰ প্ৰতি লক্ষ্য
ৰাখিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন
কেন্দ্ৰৰ জনসংযোগ আৰু বিজ্ঞাপন পাঠ্যক্ৰমৰ
ছাত্ৰ-ছাত্ৰী সকলে এই
সজাগতা শিৱিৰৰ যোগেৰে অধিক
সজাক-সচেতন কৰি "ঋতুস্ৰাৱজনীত
স্বাস্থ্যসন্মত যতনৰ: নাৰীৰৰ সুস্থ
জীৱনৰ বাবে এখোজ আগুৱাই
যাব পৰাকৈ বিদ্যালয়খনত এই
বিশেষ কাৰ্যসূচীলানী আয়োজন কৰা হৈছে
বুলি উক্ত শিৱিৰৰ সমন্বয়কদ্বয়-
দ্বীপজ্যোতি দত্ত আৰু শিৱানী
কলিতা ই প্ৰেছ বিজ্ঞপ্তিৰ
জৰিয়তে জানিবলৈ দিছে।
Subscribe to:
Posts (Atom)

